আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘যুদ্ধৰ বিৰুদ্ধে’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
যুদ্ধৰ বিৰুদ্ধে
–ইছমাইল হোছেইন
বাৰুদৰ ধোঁৱাত যেতিয়া আকাশ অন্ধকাৰ
নিজান পুৱাত বাঁহীত ফু দি মাতো
এজনী শুকুলা পাৰ চৰাই।
ৰুণ দি দি ৰংঢালী সাজেৰে
নাচি থাকে তাই।
যুদ্ধত আহত যেতিয়া সোণালী আকাশ
ধবংশ যজ্ঞত গুমৰি বাজে মাৰ্কিনী সংলাপ।
তেজৰ নদীৰে ভটিয়াই যায়
এটি শ্বাসৰুদ্ধ সাপ। ০ ০ ০
“যুদ্ধৰ বিৰুদ্ধে” Yudhar Birudhdhe: An Overview
The poem “যুদ্ধৰ বিৰুদ্ধে” written by ইমলাইল হোছেইন is a poignant critique of the devastation caused by war, highlighting its devastating effect on nature, peace, and humanity. Here is a simple English overview:
The poet paints a horrific picture of war, where the sky turns black with the smoke of explosives, making light and hope fade away. Amidst this desolation, the poet summons a white-winged bird – a symbol of peace and purity – through the sound of a bamboo flute on a lonely morning. The bird, adorned with colourful feathers, dances gracefully, offering a glimpse of life and happiness amidst the chaos.
The poet describes the aftermath of war as a wounded and tarnished golden sky, resonating with the sounds of destruction and imperialistic dialogues. This imagery intensifies with the flowing rivers of blood, carrying away with them the suffocating remains of life, represented by the drowning snake gasping for breath.
This poem is a powerful protest against war, mourning the loss of innocence, beauty and life, while subtly longing for peace and harmony.
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ ‘যুদ্ধৰ বিৰুদ্ধে’ কবিতাটো / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ।
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘যুদ্ধৰ বিৰুদ্ধে| Yudhar Biruddhe | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ











